Take your skills to next level
Experience the booming entrepreneurship industry by honing your skills through Zexacode Training programs.
#skill_india
ৱেব ডিজাইনিংৰ কৰ্মশালা
এই কৰ্মশালাত, ৱেবচাইট বিকাশৰ প্ৰফেচনেল টেকনিকচৰ ট্ৰেইনিং দিয়া হ'ব। গুগুল মিট, জুম অথবা স্কাইপৰ সহায়ত এই কৰ্মশালা অনুষ্ঠিত হ'ব।শিকক ডাঙৰ ডাঙৰ কোম্পানীৰ, গুপ্ত অস্ত্ৰৰ বিষয়ে শিকক আৰু সফলতাৰে তৈয়াৰ কৰক ৱেবচাইট
Active Trainings
Here are the active trainings currently on offer to enthusiastic entrepreneurs.
Website Training
সম্পূৰ্ণ অসমীয়া ভাষাত
Learn Professional Website Development in a short span of five days from world class software engineers with over 15 years of experience, and that too in your own mother tongue!
এতিয়া আপোনাৰ মাতৃভাষা অসমীয়াত শিকক, ৱেবচাইট নিৰ্মাণৰ সম্পূৰ্ণ ব্যবসায়িক কৰ্ছ। মাথোঁন পাঁচ দিনৰ ভিতৰত শিকক ইণ্ডাষ্ট্ৰি ষ্টেন্ডাৰ্ড ৱেবচাইট ডিজাইনিং, আপোনাৰ ঘৰৰ পৰা। আজৰি সময়ত, ৱেবচাইট বনাই উপাৰ্জন কৰক আৰু স্বাৱলম্বী হওঁক।
১০০% গেৰাণ্টি, কৰ্ছ সম্পূৰ্ন কৰাৰ অন্তত, আপুনি নিজেই নিজৰ বা ব্যৱসায়ৰ বাবে ৱেবচাইট তৈয়াৰ কৰিব পাৰিব,মাত্ৰ ৬৯৯ /- টকাত উপলব্ধ, ৪০% ৰেহাই মূল্যত এতিয়াই আৰক্ষণ কৰক।

Graphics Designing
সম্পূৰ্ণ অসমীয়া ভাষাত
Learn Professional Graphics Design in a short span of 3 days from a world-class graphic designer. Learn how to edit an image, draw an object, put Text effects, and how to create a stunning poster in Adobe Photoshop, that too, in your Mother Tongue, Assamese.
আপোনাৰ মাতৃভাষা অসমীয়াত শিকক, গ্ৰাফীক্স ডিজাইনিং, মাত্ৰ তিনি দিনৰ ভিতৰত। শিকক, কেনেকৈ এড'ব' ফোটোচ'পত ফটো এডিট কৰিব পাৰি, কেনেকৈ কোনো এটা বস্তুৰ চিত্ৰাংকন কৰিব পাৰি, কেনেকৈ টেক্সট এফেক্টচ দিব পাৰি আৰু কেনেকৈ, খুব কম সময়তে এখনি আটকধুনীয়া পোষ্টাৰ বনাব পাৰি।
এই কৰ্মশালাৰ জৰিয়তে, ডাউনলোড কৰক, বিনামূলীয়া গ্ৰাফীক্স ডিজাইনিং সামগ্ৰী তথা চফ্টৱেৰ আৰু সম্পূৰ্ণ বিনামূলীয়া, ফটোৰ সংকলন।
আজিয়েই নামভৰ্তি কৰক, মাত্ৰ ৩৯৯ টকাত, ৪০% ৰেহাই মূল্যত
মূখ্য আকৰ্ষণ :
✅ বিষয় বিশিষ্ট ট্ৰেইনিং
✅ ৱৰ্ল্ড ক্লাছ প্ৰশিক্ষক
✅ জীৱন-যোৰা সহযোগিতা
✅ ৬০০ জি. বি ৰো অধিক, গ্ৰাফীক্স সামগ্ৰী
✅ বিনামূলীয়া গ্ৰাফীক্স চফ্টৱেৰ
পৰৱৰ্তী কৰ্মশালা: ৪ আগষ্ট, ২০২১
